আদিম মানুহৰ অৰ্থনৈতিক কার্যকলাপ আৰু স্থায়ী বসবাস (নৱপ্ৰস্তৰ যুগ)

 

পাঠ নং ১১:


আদিম মানুহৰ অৰ্থনৈতিক কার্যকলাপ আৰু স্থায়ী বসবাস (নৱপ্ৰস্তৰ যুগ)





অনুশীলনী:


(১) উত্তৰ লিখা-


(ক) সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন কিহৰ বিষয়ে বুজাইছিল ?


উত্তৰ :     সুমনৰ স্কুলৰ বাইদেৱে  আগদিনাখন আদিম মানুহর বিষয়ে বুজাইছিল। যে তেওঁলোকে এঠাইর পরা আনঠাইলৈ ঘূৰি  ঘূৰি  খাদ্য সংগ্রহ কৰিছিল। খাদ্য সংগ্রহৰ   ক্ষেত্রত অনেক কষ্ট কৰিছিল। তেওঁলোকে জীৱ - জন্ত চিকাৰ কৰি  মাংস খাইছিল আৰু হাবিৰ গছ-গছনিৰ পৰা  ফলমূল   খাবলৈ গোটাই আনিছিল.



(খ) আদিম মানুহে হাবিত পোৱা ফল-মূলৰ গছবোৰৰ বিষয়ে কি লক্ষ্য কৰিছিল?


উত্তৰ :     আদিম মানুহে  হাবিত পোৱা ফল-মূলৰ গছবোৰৰ  বিষয়ে লক্ষ্য কৰিছিল যে - কেনেকৈ গুটিৰ পৰা নতুন গছ গজে, ফল-মূল হোৱা গছ-গছনিবোৰ ক'ত বেছিকৈ গজে । আকৌ, কিছুমান ঠাইত গছবোৰ সোনকালে গজে আৰু কিছুমান ঠাইত গছবোৰ   গজোতে দেৰি হয়।


(গ) খেতি কৰাৰ বাবে আদিম মানুহে কিহেৰে সঁজুলি তৈয়াৰ কৰিছিল?


উত্তৰ :   খেতি কৰাৰ বাবে আদিম মানুহে শিলেৰে  নির্মিত কুঠাৰ ,  জীৱ জন্ত  হাঁড়েৰে , দাঁতেৰে আৰু  কাঠেৰে নিৰ্মিত বিভিন্ন সঁজুলি তৈয়াৰ কৰিছিল।



(ঘ) আদিম মানুহে কি কি কাৰণে জীৱ-জন্তু পুহিছিল?


উত্তৰ :   আদিন মানুহে জীৱ জন্ত পুহিছিল কাৰণ জীৱ জন্ত ঘৰ পহৰা দিয়া, চিকাৰ কৰাত আদিম মানুহৰ সহায় কৰিছিল। আকৌ, জীৱ জন্তবোৰে  বংশ বৃদ্ধি কৰিছিল বাবেই প্রয়োজন হলে জীর-জন্তবোৰৰ পৰা মাংস, গাখীৰ আদি খাদ্য খাইছিল। ইযাৰ  উপৰিও  জন্তক   কৃষি কাৰ্য আৰু  যাতায়াতৰ   কামতো ব্যৱহাৰ কৰিছিল 


( ঙ) চকাৰ ব্যৱহাৰে আদিম মানুহক কি কি কামত সহায় কৰিছিল?


(চ) গাঁৱত দলবদ্ধভাবে বসবাস কৰাৰপৰা আদিম মানুহৰ কি কি সুবিধা হৈছিল?


(ছ) আদিম মানুহে কি কি কাৰণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল?


২) মানচিত্র, পর্যবেক্ষণ কৰি উত্তৰ দিয়া-


দাওজালি হাডিং কোন জিলাত? তোমাৰ জিলাখনৰপৰা ই কোন দিশত অৱস্থিত?


৩) প্রকল্প প্রস্তুত কৰা-


তোমাৰ অঞ্চলত চকা কি কি কামত ব্যৱহাৰ কৰা হয়।


৪) ভাৰতৰ এখন মানচিত্র আঁকি তলৰ ঠাইবোৰ যথাস্থানত বহুৱা-


(ক) বুজাহোম, (



) মহাগড়, (গ) চীৰাণ্ড, (ঘ) ভীমবেটকা, (৫) পৈয়ামপল্লী।

FUTURE FOCUS

My name is Ariful Islam from Assam, kalaigaon, dist Udalguri.

Post a Comment

Previous Post Next Post